শেহতীয়া খবৰ
ৰাভা হাছং স্বায়ত্ব শাসিত পৰিষদৰ সাহায্যৰে পশু চিকিৎসা বিভাগৰ প্ৰশিক্ষণঃ আত্মসহায়ক গোটৰ মাজত গৰু, গাহৰি বিতৰণ  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  পুনৰ উত্তপ্ত মৰিয়নিঃ নাগালেণ্ড সীমান্তৰ পৰা অসম আৰক্ষী প্ৰত্যাহাৰ কৰাৰ পাছতে নগাই আঁৰিলে ফলক  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ৰবী কুমাৰলৈ পুৰস্কাৰৰ বৰষুণঃ চাকৰি, টকা, মাটি..  •  ঢকুৱাখনাত প্ৰয়াত সংবাদসেৱী অনিৰ্বাণ বৰগোঁহাইৰ স্মৃতিচাৰণ সভা...  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  মিজোৰাম ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ জাৰি কৰা নিৰ্দেশনা প্ৰত্যাহাৰ অসম চৰকাৰৰ  •  ভাৰতীয় হকী দলটোত দলিত খেলুৱৈ থকাৰ বাবেই পৰাস্ত হ'লঃ হকী খেলুৱৈৰ ঘৰৰ সন্মুখত আতচবাজী ফুটাই উল্লাখ তথাকথিত উচ্চ বৰ্ণৰ

লাডাখৰ সীমা সমস্যা সমাধানৰ বাবে ভাৰত – চীনৰ মাজত পৰবৰ্তী পৰ্যায়ত হ’ব আলোচনা…

ডিজিটেল ডেস্ক : লাডখৰ সীমা সমস্যা সমাধানৰ বাবে ভাৰত-চীন কৰ্পছ কমাণ্ডাৰ স্তৰৰ সভাৰ ৮ম পৰ্যায়ৰ সভা চুছলত হৈছিল। ৬ নৱেম্বৰত অনুষ্ঠিত কমাণ্ডাৰ লেভেল আলোচনাৰ পিছত এক যুটীয়া বিবৃতি জাৰী কৰা হৈছিল। দুয়োপক্ষই বিবাদৰ বিষয়ত গঠনমূলক আলোচনা কৰে । কিন্তু, চুচুলত দহ ঘণ্টীয়া আলোচনাৰ কোনো নিশ্চিত ফলাফল পোৱা নাছিল বুলি যুটীয়া বিবৃতিটোত কোৱা হয় ।

ভাৰতে কয় যে চীনে প্ৰথমে মে’ৰ আগতে সণ্য সকলক পিচুৱাই লৈ যাব। চীনে সকলো স্থানৰ সলনি কেইটামান স্থানৰ পৰা নিজৰ জোৱান প্ৰত্যাহাৰ কৰিবলৈ চেষ্টা কৰি আছে যিটো ভাৰতৰ বাবে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে ।

বিবৃতি অনুসৰি, দুয়োপক্ষ ই দুয়োখন দেশৰ নেতাসকলে প্ৰাপ্ত কৰা গুৰুত্বপূৰ্ণ সহমত কঢ়িয়াই নিবলৈ সন্মত হৈছে। দুয়োজনে তেওঁলোকৰ সৈন্যসকলক সংযম ৰক্ষা কৰিবলৈ সিদ্ধান্ত লৈছে যাতে কোনো ভুল বুজাবুজি পৰিহাৰ কৰিব পাৰে । দুয়োৰে সীমাত একেলগে শান্তি বজাই ৰাখিব তাৰ বাবে সিদ্ধান্ত লোৱা হোৱা হয়। দুয়োপক্ষই শীঘ্ৰে আন এক পৰ্যায়ৰ আলোচনা কৰাৰ বাবেও সন্মত হয়।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি