শেহতীয়া খবৰ
কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য... • মৰ্মান্তিক ঘটনা! নুমলীগড়ত পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি... • লকডাউনত বিপদত পৰা দৰিদ্ৰ লোকৰ কাষত সমাজকৰ্মী পৰীক্ষিত দত্ত, বানপানীয়ে ক্ষতি কৰা এলেকাত ৰাইজৰ বাবে পাৰিলে কঠিয়া

“খাবলৈ নাপালে কেনেকৈ থাকিম”, অৰুণাচলত আবদ্ধ মধ্যপ্ৰদেশৰ শ্ৰমিকে খোজেৰে নিজ ঘৰলৈ আৰম্ভ কৰিলে যাত্ৰা…

3,476

ডিজিটেল সংবাদ, বিশ্বনাথঃ অৰুণাচল প্ৰদেশৰ ডি বি আৰ নামৰ এটা পথ নিৰ্মানকাৰী সংস্হাৰ অধীনত কৰ্মৰত ৯জন শ্ৰমিক মনে মনে আহি উপস্থিত হ’লহি বিশ্বনাথ চাৰিআলিত৷ অৰুণাচলৰ পৰা নদী পাৰ হৈ জংঘলে জংঘলে খোজকাঢ়ি আহে শ্ৰমিক কেইজন। শ্ৰমিক কেইজন মধ্যপ্ৰদেশৰ। লক ডাউনৰ ফলত কাম বন্ধ হোৱাৰ বাবে তীব্ৰ আৰ্থিক সংকটত ভোগা শ্ৰমিক কেইজন মধ্যপ্ৰদেশলৈ বুলি ৰাওনা হৈছিল।

বিশ্বনাথৰ বৰকুৰাত স্হানীয় ৰাইজে প্ৰত্যক্ষ কৰি শ্ৰমিক সকলক কুঁৱৰী পঞ্চায়তক চমজাই দিয়ে। পঞ্চায়তৰ সভাপতিয়ে পঞ্চায়তত আছুতীয়াকৈ ৰখাৰ ব্যৱস্হা কৰিছে। শ্ৰমিক কেইজন ক্ৰমে ৰিংক লাল, ম° আৰিফ, ম° কুদ্দুছ, চোটে লাল, অনিল ৰাৱত, কল্লু পল, ম° চেৰোৱাৰ, ৰাকেশ কুমাৰ জয়ছোৱাল, ৰাম অৱতাৰ চাহু।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি