শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

শ্ৰম বিভাগৰ ১২১ কোটি টকীয়া কেলেংকাৰীৰ মুখ্য অভিযুক্ত গৌতম বৰুৱাক গ্ৰেপ্তাৰ…

167
  • নতুন দিল্লীৰ পৰা গ্ৰেপ্তাৰ গৌতম বৰুৱাক।
  • মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তেওঁক গ্ৰেপ্তাৰ কৰিছে।
  • ৰাজ্যৰ শ্ৰম বিভাগত সংঘটিত ১২১ কোটি টকীয়া কেলেংকাৰীৰ মুখ্য অভিযুক্ত আছিল তেওঁ।
  • উল্লেখ্য যে, শ্ৰম বিভাগৰ প্ৰিন্টিং কেলেংকাৰীৰ তেওঁ অভিযুক্ত আছিল।
  • ২০১৭ চনৰ পৰা গৌতম বৰুৱা পলাতক হৈ আছিল।
  • সন্ধান দিওঁতালৈ আৰক্ষীয়ে ঘোষণা কৰিছিল এক লাখ টকাৰ পুৰস্কাৰ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি