মণিপুৰত গ্ৰেপ্তাৰ KYKL ৰ অন্যতম মহিলা কেডাৰ…

মণিপুৰত গ্ৰেপ্তাৰ KYKL ৰ অন্যতম মহিলা কেডাৰ…

ডিজিটেল ডেস্কঃ কে ৱাই কে এল নামৰ উগ্ৰপন্থী সংগঠনটোৰ এগৰাকী সক্ৰিয় মহিলা কেডাৰক দেওবাৰে মণিপুৰৰ বিষ্ণুপুৰ জিলাৰ উপোকপি বজাৰৰ অন্ধকাৰ অঞ্চলৰ পৰা অসম ৰাইফলছে আটক কৰে।

কাকতালীয়ভাৱে দেওবাৰে মণিপুৰৰ টেংনুৱাল অঞ্চলৰ পৰাও উদ্ধাৰ হয় ৬৪ লাখ টকামূল্যৰ নিষিদ্ধ সামগ্ৰী। এই সামগ্ৰী খিনি ৰাজ্য খনৰ বাহিৰলৈ সৰবৰাহ কৰাৰ বাবে মজুত ৰখাৰ সন্দেহ কৰা হৈছে।

দেওবাৰে অসম ৰাইফলছে এক টুইটাৰ পোষ্ট যোগে এই কথা জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in