শ্বিলঙত দ্বিতীয় দিনৰ জেৰাৰ বাবে সাজু কুনাল ঘোষ

শ্বিলঙত দ্বিতীয় দিনৰ জেৰাৰ বাবে সাজু কুনাল ঘোষ
  • শ্বিলংস্থিত চিবিআইৰ কাৰ্যালয়ত জেৰা তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ কুনাল ঘোষ আৰু কলকাতা আৰক্ষী আয়ুক্ত ৰাজীৱ কুমাৰক।
  • সাৰদা কেলেংকাৰী সন্দৰ্ভত দ্বিতীয় দিনাও জেৰা চলাব চিবিআইৰ তদন্তকাৰী বিষয়াই।
  • সোমবাৰে চিবিআইয়ে জেৰা চলাব প্ৰাক্তন সাংসদ কুনাল ঘোষক।
  • ইতিমধ্যে শ্বিলংস্থিত চিবিআইৰ কাৰ্যালয়ত উপস্থিত কুনাল ঘোষ।
  • কিছুসময় পাছতে চিবিআইৰ প্ৰশ্নৰ সন্মুখীন হ'ব প্ৰাক্তন সাংসদগৰাকী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in