ডিজিপি কাৰ্যালয়ৰ পৰা চিআইডিৰ মুখ্য কাৰ্যালয়লৈ নিয়া হৈছে কুমাৰ সঞ্জিত কৃষ্ণক

ডিজিপি কাৰ্যালয়ৰ পৰা চিআইডিৰ মুখ্য কাৰ্যালয়লৈ নিয়া হৈছে কুমাৰ সঞ্জিত কৃষ্ণক
  • এছ আই কেলেংকাৰীত অভিযুক্ত হোৱা আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণক জিম্মাত লৈছে চিআইডিয়ে।
  • দীৰ্ঘ সময় জেৰাৰ অন্তত চিআইডিৰ এটা দলে ডিজিপিৰ কাৰ্যালয়ৰ পৰা তেওঁক লৈ গৈছে চিআইডিৰ মুখ্য কাৰ্যালয়লৈ।
  • দিনৰ ১১ বজাৰ পৰা জেৰা চলাই আছিল কুমাৰ সঞ্জিত কৃষ্ণক।
  • প্ৰশ্নকাকত ফাদিল কৰা অন্যতম অভিযুক্ত আছিল তেতিয়াৰ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক সঞ্জিত কৃষ্ণ।
  • গ্ৰেপ্তাৰৰ সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো কথা সদৰী কৰা নাই।
  • এতিয়াও পলাতক এই কেলেংকাৰীৰে জড়িত কৰিমগঞ্জৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰশান্ত কুমাৰ দত্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in