শেহতীয়া খবৰ
চিৰাঙত 'হৰ ঘৰ ত্ৰিৰংগা' কাৰ্যসূচীৰ সজাগতামূলক বাইক ৰেলী...  •  নাগালেণ্ডৰ ছুমুকেডিমাত এল.পি.জি. বটলিঙৰ প্লাণ্ট উদ্বোধন মন্ত্ৰী ৰামেশ্বৰ তেলীৰ...  •  শিলচৰত উদ্ধাৰ ড্ৰাগছঃ এজনক আটক...  •  সোণাৰিত উদ্ধাৰ অবৈধ মাৰনাস্ত্ৰ...  •  ভাৰত–বাংলাদেশ সীমান্তৰ কাঁইটীয়া তাৰৰ সিপাৰৰ ভোগডাঙাত 'আজাদী কা অমৃত মহোৎসৱ'ৰ কাৰ্যসূচী...  •  আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ফুলগুৰিত "কনকলতা" প্ৰদৰ্শন...  •  স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে মথুৰাপুৰ চুকাফা পঞ্চায়তত শোভাযাত্ৰা...  •  হাৰমতী ডুবিত পথ দুৰ্ঘটনাঃ নিহত মটৰ চাইকেল আৰোহী...  •  অসুস্থ শৃংখল চলিহাঃ আই চি ইউত চিকিৎসাধীন...  •  ধেমাজি জিলা প্ৰশাসনৰ দ্বাৰা ত্ৰিৰংগ সমদল, চিত্ৰাংকন প্ৰতিযোগিতা...

জেহাদীৰ পিছত  এইবাৰ KULA…

ডিজিটেল ডেস্ক : জেহাদীৰ পিছত ৰাজ্যত এইবাৰ KULA ৰ তৎপৰতা। KARBI UNITED LEBARATION ARMY চমুকৈ KULAৰ সক্ৰিয়তা বৃদ্ধি পাইছে ৰাজ্যত। কুলাৰ অধ্যক্ষ ডেনিয়েল টেৰণ সহ তিনি সদস্যক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

ধনদাবী আৰু হিংসাৰ উদ্দেশ্যে আহিছিল কুলাৰ সদস্য। অসম আৰক্ষীয়ে লগতে জব্দ কৰিছে ধনদাবী পত্ৰ, মাৰণাস্ত্ৰৰ লগতে উগ্ৰপন্থীয়ে ব্যৱহাৰ কৰা পোছাক। সমগ্ৰ বিষয়টো টুইট যোগে আইন-শৃংখলাৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে জানিবলৈ দিয়ে।

তেওঁ টুইটোত উল্লেখ কৰিছে,”কিছু বিপথগামী যুৱক-যুৱতীয়ে কাৰ্বি ইউনাইটেড লিবাৰেচন আৰ্মী গঠন কৰি কাৰ্বি আংলঙত উৎপীড়ন আৰু হিংসাৰ জৰিয়তে অস্থিৰতা সৃষ্টি কৰিব বিচাৰিছিল। এই ক্ষেত্ৰত জড়িত আছিল এছ.এছ.ৰ অধ্যক্ষ ডেনিয়েল টেৰন,  ফ্লীটগ্লিং গ্ৰুপ আৰু গ্ৰেপ্তাৰ কৰা তিনিজন ব্যক্তি। মাৰণাস্ত্ৰ,  সেনাৰ পোছাক, ধন দাবীৰ পত্ৰ দলটোৰ পৰা উদ্ধাৰ কৰা হৈছে।“

আৰু পঢ়ক : অশান্ত হোৱাৰ দিশে দক্ষিণ পূব এছিয়া ! চীনৰ চৰম ভাবুকিৰ পিছতো টাইৱানত উপস্থিত আমেৰিকাৰ প্ৰতিনিধি….