কৃষ্ণাইত মৰেল পুলিচৰ জঘন্য কাণ্ডৰে জড়িত আৰু ৪জনক আটক

কৃষ্ণাইত মৰেল পুলিচৰ জঘন্য কাণ্ডৰে জড়িত আৰু ৪জনক আটক

ডিজিটেল সংবাদ, কৃষ্ণাইঃ গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ অসম-মেঘালয় সীমান্তত সংঘটিত মৰেল পুলিচৰ জঘন্য ঘটনাত জড়িত আৰু চাৰি পাষণ্ডক বুধবাৰে পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ কৰা চাৰি পাষণ্ড ক্ৰমে বিজয় ৰাভা, কিশোৰীমোহন ৰাভা, হেৰম্ব ৰাভা আৰু অৰ্জুন ৰাভা।

উল্লেখ্য যে, মঙলবাৰে এই জঘন্য ঘটনাৰ মূল নায়ক অমিয় ৰাভাসহ ৩জন পাষণ্ডক গ্ৰেপ্তাৰ কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in