কৃষ্ণাইত যৌতুকৰ বাবে সন্তান সম্ভৱা বোৱাৰীক হত্যা!

কৃষ্ণাইত যৌতুকৰ বাবে সন্তান সম্ভৱা বোৱাৰীক হত্যা!
  • কৃষ্ণাইৰ মাজগাঁৱত সন্তান সম্ভৱা বোৱাৰীক হত্যা৷
  • দীৰ্ঘদিন ধৰি বোৱাৰীগৰাকীক শাৰীৰিক-মানসিক নিৰ্যাতন চলাইছিল স্বামী আৰু স্বামীৰ পৰিয়ালে।
  • যৌতুক বিচাৰি হত্যা কৰাৰ অভিযোগ বোৱাৰীগৰাকীৰ পৰিয়ালৰ।
  • মৃত মহিলাগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছে স্বামী মিণ্টু আলীক।
  • শাহু নুৰেমা বেগম আৰু শহুৰ হাইজো আলীকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in