কোঁৱৰপুৰ সত্ৰত উলহ-মালহেৰে পাছ’তি উৎসৱ উদযাপন

কোঁৱৰপুৰ সত্ৰত উলহ-মালহেৰে পাছ’তি উৎসৱ উদযাপন

ডিজিটেল ডেস্কঃ কোঁৱৰপুৰ খটপাৰ সত্ৰই দেওবাৰে পাছ'তি উৎসৱ পালন কৰে। গাঁৱৰ মহিলা আৰু শিশুসকলক লৈ দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় এই উৎসৱ। এই উৎসৱ পুৰুষানুক্ৰমে চলি আহিছে। মহিলা আৰু শিশুসকলক জীৱনমুখী কৰে এই উৎসৱে। এই উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী উদযাপন কৰা হয়। শিশুসকলে এই উৎসৱত ভাওনাও প্ৰদৰ্শন কৰে।

উৎসৱত অঞ্চলটোৰ মহিলাসকলে নাচি-বাগি অংশ লোৱা দৃশ্য এয়া-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in