কলকাতাৰ বগ্ৰী মাৰ্কেটত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড

কলকাতাৰ বগ্ৰী মাৰ্কেটত পুৱতি নিশা বিধ্বংসী অগ্নিকাণ্ড
  • নিশা প্ৰায় ২.৪৫ মান বজাত কলকাতাত সংঘটিত হয় অগ্নিকাণ্ড।
  • কলকাতাৰ বগ্ৰী  মাৰ্কেটত সংঘটিত এই অগ্নিকাণ্ড।
  • ঘটনাস্থলীত ৩০খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ জুই নিৰ্বাপনৰ চেষ্টা।
  • যিহেতু এই ঠাইত বহুকেইটা অট্টালিকা আছে, সেয়েহে অগ্নি নিৰ্বাপনত কিছু অসুবিধাৰ সৃষ্টি হৈছেঃ মেয়ৰ সোভান চেতাৰ্জী।
  • অগ্নিকাণ্ডৰ সূত্ৰপাত ক'ৰ পৰা হৈছে বৰ্তমানলৈ জানিব পৰা হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in