কলিয়াবৰত নিশা চিনেমাৰ ষ্টাইলত চাঞ্চল্যকৰ ডকাইতি

কলিয়াবৰত নিশা চিনেমাৰ ষ্টাইলত চাঞ্চল্যকৰ ডকাইতি
  • কলিয়াবৰৰ ৰাজপথত নিশা চাঞ্চল্যকৰ ডকাইতিকাণ্ড।
  • বন্দুক দেখুৱাই কাঢ়ি নিয়ে এখন চাৰিচকীয়া বাহন।
  • ৫-৬জনীয়া আছিল দুৰ্বৃত্তৰ দলটো।
  • দলটোৱে কাঢ়ি নিলে এখন চাহপাত কঢ়িওৱা বাহন।
  • বাহনখনৰ নম্বৰ AS-03 BC-6300।
  • তিতাবৰৰ পৰা গুৱাহাটীলৈ আহি আছিল বাহনখন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in