কলাইগাওঁৰ জঘন্য ঘটনা সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়াৰ সংবাদমেল

কলাইগাওঁৰ জঘন্য ঘটনা সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়াৰ সংবাদমেল

◆ কলাইগাওঁৰ জঘন্য ঘটনা সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়াৰ সংবাদমেল
◆ নৃশংস ঘটনাৰে জৰিত চাৰিগৰাকী লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ
◆ তালিকাত নাম আছে স্বামী, বৰপুত্ৰ, কামকৰা মহিলা আৰু মিস্ত্ৰীৰ
◆ ইতিমধ্যে ৭ দিনৰ আৰক্ষীৰ জিম্মাত লৈছে চাৰিওজনকে
◆ জঘন্য ঘটনাটোৰ তদন্ত অব্যাহত থাকিবঃ ডিআইজি
◆ ঘটনাত জৰিত আৰু অধিক লোক জালত পৰিব পাৰে
◆ এতিয়াও অহা নাই দুৰ্ভগীয়া শিক্ষয়িত্ৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল
◆ আহিবলৈ বাকী আছে টেলিফোন টাৱাৰৰ সৱিশেষ তথ্য
◆ পৰিয়ালৰ লোকে ঘটনাক অন্য ৰূপ দিয়াৰ চেষ্টা চলাইছিল
◆ মৃতদেহ উদ্ধাৰ হোৱা স্থানতে হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ আৰক্ষীৰ
◆ ডিআইজি ভায়'লেট বৰুৱাই সংবাদমেলযোগে প্ৰকাশ কৰে এই তথ্য
◆ ওদালগুৰি জিলা আৰক্ষী বিভাগক ধন্যবাদ বিষয়াগৰাকীৰ
◆ ঘটনাত বিভিন্ন উৎসৰ সন্ধানত ব্যৱহৃত হৈছিল ডিআইডিৰ দল

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in