শেহতীয়া খবৰ
ধেমাজি টাউন ব্ল’ক কংগ্ৰেছৰ উদ্যোগত "পৰিবেশ প্ৰভাৱ নিৰূপন খচৰা ২০২০"ৰ বিৰুদ্ধে সজাগতামূলক সভা-মানৱ শৃংখল কাৰ্যসূচী...  •  ধেমাজি প্ৰেছ ক্লাৱত বিধায়ক ৰনোজ পেগুৰ সংবাদমেল...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  দেশৰ শীৰ্ষ ৫ ‘আৰ্ম ৰেছলাৰ’ৰ ভিতৰত স্থান লাভ অসমৰ সিদ্ধাৰ্থ মালাকাৰৰ...  •  ৰাজ্যত পুনৰ ২৯০০ জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ৬১,৭৩৭জনলৈ বৃদ্ধি...  •  প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীৰ মগজুৰ অস্ত্ৰোপচাৰ সম্পন্ন, ৰখা হৈছে ভেন্টিলেটৰ ছাপৰ্টত...  •  দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...  •  অসম সহ ৬ ৰাজ্যৰ বান পৰিস্থিতিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰে আলোচনা প্রধানমন্ত্ৰীৰ...  •  তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন! হঠাৎ ঢলি পৰি মৃত্যু কোৰোনা ৰোগীৰ...

কলাইগাওঁৰ জঘন্য ঘটনা সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়াৰ সংবাদমেল

421

◆ কলাইগাওঁৰ জঘন্য ঘটনা সন্দৰ্ভত শীৰ্ষ আৰক্ষী বিষয়াৰ সংবাদমেল
◆ নৃশংস ঘটনাৰে জৰিত চাৰিগৰাকী লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ
◆ তালিকাত নাম আছে স্বামী, বৰপুত্ৰ, কামকৰা মহিলা আৰু মিস্ত্ৰীৰ
◆ ইতিমধ্যে ৭ দিনৰ আৰক্ষীৰ জিম্মাত লৈছে চাৰিওজনকে
◆ জঘন্য ঘটনাটোৰ তদন্ত অব্যাহত থাকিবঃ ডিআইজি
◆ ঘটনাত জৰিত আৰু অধিক লোক জালত পৰিব পাৰে
◆ এতিয়াও অহা নাই দুৰ্ভগীয়া শিক্ষয়িত্ৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ ফলাফল
◆ আহিবলৈ বাকী আছে টেলিফোন টাৱাৰৰ সৱিশেষ তথ্য
◆ পৰিয়ালৰ লোকে ঘটনাক অন্য ৰূপ দিয়াৰ চেষ্টা চলাইছিল
◆ মৃতদেহ উদ্ধাৰ হোৱা স্থানতে হত্যাকাণ্ড সংঘটিত কৰাৰ সন্দেহ আৰক্ষীৰ
◆ ডিআইজি ভায়’লেট বৰুৱাই সংবাদমেলযোগে প্ৰকাশ কৰে এই তথ্য
◆ ওদালগুৰি জিলা আৰক্ষী বিভাগক ধন্যবাদ বিষয়াগৰাকীৰ
◆ ঘটনাত বিভিন্ন উৎসৰ সন্ধানত ব্যৱহৃত হৈছিল ডিআইডিৰ দল

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি