আজি বিশ্ব যোগ দিৱসঃ কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত পালন…

আজি বিশ্ব যোগ দিৱসঃ কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত পালন…
  • আজি বিশ্ব যোগ দিৱস ।
  • কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত বিশ্ব যোগ দিৱস পালন ।
  • জিলা ক্ৰীড়া সন্থাৰ প্ৰেক্ষাগৃহত উদযাপন বিশ্ব যোগ দিৱস ।
  • ক'ভিড প্ৰটোকল মানি পালন বিশ্ব যোগ দিৱস ।
  • বিশ্ব যোগ দিৱসত অংশগ্ৰহণ বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো , মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম , বিধায়ক লৰেঞ্চ ইছলাৰী , বিটিআৰৰ আইজিপি এল আৰ বিষ্ণই , জিলা উপায়ুক্ত মেঘনিধি দাহাল ।
  • শাৰিৰীক , মানসিক , আধ্যাত্মিকভাৱে সুস্থ্য সবল হৈ থাকিবলৈ যোগচৰ্চাৰ দৰকাৰ –মন্তব্য প্ৰমোদ বড়োৰ ।
  • প্ৰতিটো ব্লকতে যোগকেন্দ্ৰ খোলা হব ।
  • যোগ অকল পৰম্পৰা নহয় , ই এক শৰীৰ বিজ্ঞান । সুস্বাস্থ্য থাকিলেহে সুন্দৰ মনৰ অধিকাৰী হব পাৰি , সুস্বাস্থ্যৰ বাবে যোগচৰ্চাৰ প্ৰয়োজন । মন্তব্য মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মৰ ।
  • প্ৰতিদিনে ৪০ মিনিট যোগাসন কৰি নিৰোগী দেহৰ অধিকাৰী হব পাৰি । মন্তব্য এল আৰ বিষ্ণইৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in