কোকৰাঝাৰত প্ৰধানমন্ত্ৰীৰ সভাত কেবালাখ লোকৰ উপস্থিতি, পুৱাৰে পৰা জাংখ্ৰিথাই পথাৰলৈ জনস্ৰোত, চাওঁক বৰ্তমানৰ পৰিৱেশ, VIDEO

কোকৰাঝাৰত প্ৰধানমন্ত্ৰীৰ সভাত কেবালাখ লোকৰ উপস্থিতি, পুৱাৰে পৰা জাংখ্ৰিথাই পথাৰলৈ জনস্ৰোত, চাওঁক বৰ্তমানৰ পৰিৱেশ, VIDEO
  • কোকৰাঝাৰৰ জাংখ্ৰিথাই পথাৰত বড়ো চুক্তি বিজয় উৎসৱ।
  • প্ৰধানমন্ত্ৰীক আদৰিবলৈ সম্পূৰ্ণ সাজু কৰি তোলা হৈছে কোকৰাঝাৰৰ জাংখ্ৰিথাই পথাৰ।
  • ৭ সহস্ৰাধিক স্বেচ্ছাসেৱকৰ দল সাজু।
  • লাখ লাখ জনতাই অংশগ্ৰহণ কৰিছে।
  • নৰেন্দ্ৰ মোডী ১২ঃ১৫ বজাত আহি উপস্থিত হ'বহি।
  • লাখ লাখ জনতা আহিছে সভাস্থলীলৈ।
  • প্ৰধানমন্ত্ৰীগৰাকীক লগ পাবলৈ অপেক্ষাৰত জনতা।
  • বড়ো শান্তি চুক্তিয়ে বড়োলেণ্ডৰ লগতে অসমলৈ শান্তি ঘূৰাই আনিব বুলি মন্তব্য।
  • চাওঁক বৰ্তমানৰ পৰিৱেশঃ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in