শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

কোকৰাঝাৰত প্ৰধানমন্ত্ৰীৰ সভাত কেবালাখ লোকৰ উপস্থিতি, পুৱাৰে পৰা জাংখ্ৰিথাই পথাৰলৈ জনস্ৰোত, চাওঁক বৰ্তমানৰ পৰিৱেশ, VIDEO

214
  • কোকৰাঝাৰৰ জাংখ্ৰিথাই পথাৰত বড়ো চুক্তি বিজয় উৎসৱ।
  • প্ৰধানমন্ত্ৰীক আদৰিবলৈ সম্পূৰ্ণ সাজু কৰি তোলা হৈছে কোকৰাঝাৰৰ জাংখ্ৰিথাই পথাৰ।

  • ৭ সহস্ৰাধিক স্বেচ্ছাসেৱকৰ দল সাজু।
  • লাখ লাখ জনতাই অংশগ্ৰহণ কৰিছে।

  • নৰেন্দ্ৰ মোডী ১২ঃ১৫ বজাত আহি উপস্থিত হ’বহি।
  • লাখ লাখ জনতা আহিছে সভাস্থলীলৈ।

  • প্ৰধানমন্ত্ৰীগৰাকীক লগ পাবলৈ অপেক্ষাৰত জনতা।

  • বড়ো শান্তি চুক্তিয়ে বড়োলেণ্ডৰ লগতে অসমলৈ শান্তি ঘূৰাই আনিব বুলি মন্তব্য।
  • চাওঁক বৰ্তমানৰ পৰিৱেশঃ
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি