কোকৰাঝাৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

কোকৰাঝাৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
  • কোকৰাঝাৰত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
  • গ্ৰীণ ফিল্ডত অৱতৰণ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰ।
  • গৃহমন্ত্ৰীক আদৰণি জনাবলৈ হেলিপেডত উপস্থিত প্ৰমোদ বড়োকে ধৰি কেইবাগৰাকীও নেতা।
  • উল্লেখ্য যে, কোকৰাঝাৰত বিশাল জনসভা সম্বোধন কৰিব অমিত শ্বাহে

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in