কোকৰাঝাৰৰ বিছমুৰী সাহাৰগুৰীত গিৰীয়েকে হত্যা কৰিলে পত্নীক

কোকৰাঝাৰৰ বিছমুৰী সাহাৰগুৰীত  গিৰীয়েকে হত্যা কৰিলে পত্নীক
  • কোকৰাঝাৰৰ বিছমুৰী সাহাৰগুৰীত অঘটন।
  • গিৰীয়েকে হত্যা কৰিলে পত্নীক।
  • গিৰীয়েক সীতা মুৰ্মু(২১)য়ে পত্নী ফুলিন টুডু(১৯)ক ঘপিয়াই হত্যা কৰিলে।
  • পাৰিবাৰিক কাৰণতে হত্যাৰ কথা সদৰি কৰিলে আৰক্ষীয়ে।
  • আৰক্ষীয়ে আটক কৰিছে সীতা মুৰ্মু(২১)ক।
  • মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ আৰক্ষীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in