কোকৰাঝাৰত প্ৰতিদিনে৭ হাজাৰ লোকক দিব কোভিড ভেকচিন…

কোকৰাঝাৰত প্ৰতিদিনে৭ হাজাৰ লোকক দিব কোভিড ভেকচিন…
  • কোকৰাঝাৰত জিলা উপায়ুক্তৰ সংবাদমেল ।
  • অসম চৰকাৰৰ প্ৰতিদিনে তিনিলাখকৈ কোভিডৰ ভেকচিন প্ৰদানৰ লক্ষ্য ।
  • কোকৰাঝাৰ প্ৰশাসনে কাইলৈৰ পৰা প্ৰতিদিনে ১৮ বয়সৰ উৰ্ধৰ ৭ হাজাৰ লোকক প্ৰদান কৰিব কোভিড ভেকচিন ।
  • জিলাখনত বৰ্তমান প্ৰতিদিনে ১৫০০ পৰা ২০০০ লোকক দি আহিছিল ভেকচিন ।
  • জিলা উপাযুক্তই জনোৱা অনুসৰি তিনিগুণতকৈ অধিক সোমবাৰৰ পৰা দিয়া হ'ব ভেকচিন।
  • জিলা উপায়ুক্তই উল্লেখ কৰিছে জিলাখনত ৫০ টা নতুন ভেকচিন কেন্দ্ৰ স্থাপিত কৰা হৈছে ।
  • ভেকচিন লোৱাৰ পূৰ্বে কোভিড টেষ্ট কৰাটো বাধ্যতামুলক নহয় বুলি উল্লেখ জিলা উপায়ুক্তৰ।
  • ভেকচিন লোৱাৰ সময়ত কোভিড লক্ষণ থাকিলেহে স্বাস্থ্যকৰ্মীয়ে কৰিব কোভিড টেষ্ট ।
  • ভেকচিন গ্ৰহণ কৰাৰ পূৰ্বে ৰেজিষ্ট্ৰেচন নোহোৱাকৈও লব পাৰিব ভেকচিন ।
  • বহু বিদ্যালয়ত স্থাপন কৰা হৈছে নতুন ভেকচিন কেন্দ্ৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in