কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা…

কোকৰাঝাৰত বিপিএফৰ সভা, আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ সন্দৰ্ভত আলোচনা…

  • কোকৰাঝাৰত অনুষ্ঠিত হৈছে বিপিএফৰ সভা।
  • বডোফা সাংস্কৃতিক কালচাৰেল কমপ্লেক্সত এই সভা।
  • আগন্তুক লোকসভা নিৰ্বাচনৰ ৰণকৌশলৰ লগতে বিভিন্ন বিষয়ত আলোচনা কৰা হ'ব এই সভাত।
  • সভাত উপস্থিত আছে বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী, সাংসদ বিশ্বজিৎ দৈমাৰীৰ লগতে বিপিএফৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in