কোকৰাঝাৰত এন আৰ চিক লৈ আমছুৰ তীব্ৰ প্ৰতিবাদ

কোকৰাঝাৰত এন আৰ চিক লৈ আমছুৰ তীব্ৰ প্ৰতিবাদ
  • কোকৰাঝাৰত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক লৈ আমছুৰ প্ৰতিবাদ।
  • জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ।
  • NRCৰ নথি সন্দৰ্ভত প্ৰতীক হাজেলাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা আৱেদন প্ৰত্যাহাৰৰ দাবীত এই প্ৰতিবাদ।
  • NRCৰ ক্ষেত্ৰত বিসংগতি হোৱাৰ অভিযোগ সংগঠনটোৰ।
  • এখন শুদ্ধ NRC প্ৰস্তুতকৰাৰ দাবী আমছুৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in