অখিল গগৈৰ মুক্তি আৰু ‘কা’ বাতিলৰ দাবীত কৃষক মুক্তিৰ অনশন…

অখিল গগৈৰ মুক্তি আৰু ‘কা’ বাতিলৰ দাবীত কৃষক মুক্তিৰ অনশন…
  • অখিল গগৈৰ মুক্তি আৰু কা বাতিলৰ দাবীত অনশন।
  • চচল স্থিত ধৰ্ণাস্থলীত এই অনশন কাৰ্যসূচী কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।
  • সমগ্ৰ ৰাজ্যই ভোগালী উদযাপন কৰি থকাৰ সময়ত দিনে নিশাই অনশনত তিনি সতীৰ্থ।
  • প্ৰচণ্ড শীতকো নেওচি অনশনত বহি থাকিল ধৈয্য কোঁৱৰ, বিতো সোনোৱাল, মানস কোঁৱৰ।
  • সংগ দিলেহি আন বহু সতীৰ্থই।
  • মাজ নিশা খবৰ ললেহি অনশন স্থলীত বিভিন্নজনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in