শেহতীয়া খবৰ
চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  চীনৰ অবৈধ নিৰ্মাণ আৰু গাওঁ স্থাপনৰ প্ৰতিবাদত সীমান্তত অৰুণাচলীৰ বিশাল সমদল...  •  নলবাৰী নাট্য মন্দিৰত চলচ্চিত্ৰ 'অৰ্জুন' উন্মোচন...  •  ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত ২১ জন...  •  জোৰশিমুলী আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান,নগদ ধন আৰু ড্ৰাগছ সহ ১ জনক আটক...  •  বিভিন্ন দাবী আৰু শ্ৰম বিৰোধী নীতিৰ বিৰুদ্ধে মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ তীব্ৰ প্ৰতিবাদ...  •  অৰ্ণৱৰ ৰিপাব্লিক টিভিয়ে চৰকাৰক ধন পৰিশোধ নকৰাকৈ প্ৰচাৰ ভাৰতীৰ বিনামূলীয়া ডিটিএইচ সেৱাত প্ৰৱেশ কৰিছিল...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  ১ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব উপ-পৰিদৰ্শক পদৰ শাৰীৰিক পৰীক্ষা...  •  এ আই ইউ ডি এফৰ লগত হোৱা মিত্ৰতাই কংগ্ৰেছৰ একো ক্ষতি নকৰে : কংগ্ৰেছ নেতা অনিৰুদ্ধ সিং...

অখিল গগৈৰ মুক্তি আৰু ‘কা’ বাতিলৰ দাবীত কৃষক মুক্তিৰ অনশন…

76
  • অখিল গগৈৰ মুক্তি আৰু কা বাতিলৰ দাবীত অনশন।
  • চচল স্থিত ধৰ্ণাস্থলীত এই অনশন কাৰ্যসূচী কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ।
  • সমগ্ৰ ৰাজ্যই ভোগালী উদযাপন কৰি থকাৰ সময়ত দিনে নিশাই অনশনত তিনি সতীৰ্থ।
  • প্ৰচণ্ড শীতকো নেওচি অনশনত বহি থাকিল ধৈয্য কোঁৱৰ, বিতো সোনোৱাল, মানস কোঁৱৰ।
  • সংগ দিলেহি আন বহু সতীৰ্থই।
  • মাজ নিশা খবৰ ললেহি অনশন স্থলীত বিভিন্নজনে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি