অখিল গগৈ, জীতেন দত্তক বিনা চৰ্তে মুক্তিৰ দাবীঃ কৃষক মুক্তি আৰু বীৰ লাচিত সেনাৰ যৌথ সংবাদমেল…VIDEO

অখিল গগৈ, জীতেন দত্তক বিনা চৰ্তে মুক্তিৰ দাবীঃ  কৃষক মুক্তি আৰু বীৰ লাচিত সেনাৰ যৌথ সংবাদমেল…VIDEO
  • কামপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু বীৰ লাচিত সেনাৰ যৌথ সংবাদমেল ।
  • কৃষক মুক্তিৰ সভাপতি ৰাজু বৰা উপস্থিত থাকে সংবাদমেলত ।
  • বীৰ লাচিত সেনাৰ সচিব গিৰীশংকৰ গোস্বামী সংবাদমেলত উপস্থিত থাকে।
  • অখিল গগৈ, জীতেন দত্তক বিনা চৰ্তে মুক্তিৰ দাবী কৰে দুয়োটা সংগঠনৰ নেতৃত্বই।
  • সোমবাৰে গুৱাহাটী চচলত কৃষক মুক্তিৰ অৱস্থান ধৰ্মঘট পালন কৰাৰ কথাও সদৰি কৰে সংবাদমেলত।
  • প্ৰতিবাদ দমনৰ বাবে চৰকাৰ কাৰ্যক তীব্ৰ গৰিহণা প্ৰদান কৰে দুয়োটা সংগঠনে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in