মল্লযুঁজাৰু বজৰংগ পুনিয়ালৈ ‘ৰাজীৱ গান্ধী খেল ৰত্ন’ বঁটা…

মল্লযুঁজাৰু বজৰংগ পুনিয়ালৈ ‘ৰাজীৱ গান্ধী খেল ৰত্ন’ বঁটা…
  • মল্লযুঁজাৰু বজৰংগ পুনিয়ালৈ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা প্ৰদান।
  • কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰদান কৰে এই বঁটা।
  • স্পৰ্টছ অথৰিটী অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ত পুনিয়াক প্ৰদান কৰা হয় এই বঁটা।
  • ইফালে, স্প্ৰিন্টাৰ মহম্মদ আনাছ আৰু শ্ব'টপুটাৰ তেজিন্দৰপাল সিং টুৰক অৰ্জুন বঁটা প্ৰদান কৰা হয়।
  • লগতে মহিন্দ্ৰ সিং ধিল্লক দ্ৰোনাচাৰ্য্য বঁটা প্ৰদান কৰা হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in