শেহতীয়া খবৰ
ৰহাৰ বাৰপূজীয়াত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ, VIDEO  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বটদ্ৰৱা আছুৰ বাইক ৰেলী, VIDEO  •  সৰুপথাৰ মহাবিদ্যালয়ৰ ছাত্ৰ সমাজ আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ উদ্যোগত বজ্ৰ হুংকাৰ কাৰ্যসূচী, VIDEO  •  হায়দৰাবাদৰ দৰেই উন্নাও কাণ্ডৰ দোষীকো কৰিব লাগে এনকাউন্টাৰঃ নিৰ্যাতিতাৰ পিতৃৰ দাবী...  •  গুৱাহাটীৰ পৰা ছয়গাঁৱলৈ কেবৰ বিৰুদ্ধে ৰাজপথত শিল্পী, সাংবাদিক, সাহিত্যিকৰ অবিৰত আন্দোলন, চচলত প্ৰাক্তন আলফা ঐক্য মঞ্চৰ অনশন...  •  ৰাজনীতি নহয়, দিল্লীৰ অগ্নিকাণ্ডৰ তদন্ত হ’ব লাগেঃ গৌতম গম্ভীৰ  •  ৯ ডিচেম্বৰত 'অসম বন্ধ’! বন্ধৰ প্ৰতি সমৰ্থন সদৌ অসম অনুসূচীত জাতি সংগ্ৰামী যুৱ পৰিষদৰ  •  'কেব'ৰ বিৰোধিতা কৰিলে পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্তেইন অমৰিন্দৰ সিঙে...  •  দিল্লীৰ অগ্নিকাণ্ডত নিহতৰ পৰিয়াললৈ ১০ লাখ টকাকৈ সাহায্য ঘোষণা মুখ্যমন্ত্ৰী কেজৰিৱালৰ  •  দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰ শোক প্ৰকাশ...

মল্লযুঁজাৰু বজৰংগ পুনিয়ালৈ ‘ৰাজীৱ গান্ধী খেল ৰত্ন’ বঁটা…

140
  • মল্লযুঁজাৰু বজৰংগ পুনিয়ালৈ ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা প্ৰদান।
  • কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰদান কৰে এই বঁটা।
  • স্পৰ্টছ অথৰিটী অৱ ইণ্ডিয়াৰ মুখ্য কাৰ্যালয়ত পুনিয়াক প্ৰদান কৰা হয় এই বঁটা।
  • ইফালে, স্প্ৰিন্টাৰ মহম্মদ আনাছ আৰু শ্ব’টপুটাৰ তেজিন্দৰপাল সিং টুৰক অৰ্জুন বঁটা প্ৰদান কৰা হয়।
  • লগতে মহিন্দ্ৰ সিং ধিল্লক দ্ৰোনাচাৰ্য্য বঁটা প্ৰদান কৰা হয়।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি