গাঁতত ওলাল মৃতদেহ! ৫ বছৰীয়া কন্যা শিশুক বলাৎকাৰ কৰি হত্যা

  • বিশ্বনাথৰ আহুবাৰীত জঘন্য ঘটনা।
  • ৫ বছৰীয়া কন্যা শিশুক হত্যা।
  • মংগল পাইক নামৰ এজন আত্মীয়ই হত্যা কৰাৰ সন্দেহ।
  • হত্যা কৰি চাহ বাগিচাৰ মাজত পুতি থৈছিল শিশুটিৰ মৃতদেহ।
  • আলহী খাবলৈ আহিছিল মংগল পাইক নামৰ লোকজন।
  • শিশুটোক বলাত্‍কাৰ কৰি হত্যা কৰাৰ অভিযোগ।
  • মংগল পাইকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
  • লোকজনৰ ঘৰ শোণিতপুৰৰ চাৰিদুৱাৰৰ লখৰা বুঢ়াগাঁও বাগিচাত।
  • দণ্ডাধীশৰ উপস্থিতিত গাঁত খান্দি উলিওৱা হয় মৃতদেহটো।
  • মৃতদেহটো উদ্ধাৰ কৰি প্ৰেৰণ কৰা হৈছে মৰণোত্তৰ পৰীক্ষাৰ বাবে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in