মেঘালয়ত উদ্ধাৰ অপহৃত শ্বাহজাহান বাদশ্বাহ…

মেঘালয়ত উদ্ধাৰ অপহৃত শ্বাহজাহান বাদশ্বাহ…
  • মেঘালয়ত অপহৃত মানকাচৰ এআইইউডিএফৰ ইউডিএছএফৰ জিলা সভাপতি শ্বাহজাহান বাদশ্বাহ উদ্ধাৰ।
  • ৪ মে' তাৰিখে মেঘালয়ৰ দক্ষিণ পশ্চিম গাৰো পাহাৰ জিলাৰ আমপাতিৰ জিকজাকত অপহৰণ হৈছিল বাদশ্বাহ।
  • ৪৩ দিনৰ অন্তত তেওঁক গাৰো উগ্ৰপন্থীয়ে মুকলি কৰি দিয়ে।
  • বৃহৎ ধনৰ লেন দেনৰ পাছত তেওঁক মুকলি কৰি দিয়া বুলি জানিব পৰা গৈছে।
  • বৰ্তমান বাদশ্বাহ আহি উপস্থিত হৈছেহি বাসগৃহত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in