মৰিয়নীত খুলশালীৰ হাতত প্ৰাণ গ’ল ভিনিহিয়েকৰ

মৰিয়নীত খুলশালীৰ হাতত প্ৰাণ গ’ল ভিনিহিয়েকৰ

  • মৰিয়নীৰ চেলেংহাটত চাঞ্চল্যকৰ ঘটনা।
  • খুলশালীৰ হাতত প্ৰাণ গ'ল ভিনিহিয়েকৰ।
  • ৰমজান আলী নামৰ এজন লোকে জ্বলাই দিয়ে ভিনিহিয়েকক।
  • ঘটনাত নিহত হয় মুন্না আলী নামৰ লোকজন।
  • ইফালে হত্যাকাণ্ড সংঘটিত কৰিয়েই পলায়ন কৰে হত্যাকাৰী ৰমজান আলী।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।
  • পাৰিবাৰিক কন্দলৰ পৰিণতিত হত্যাৰ সন্দেহ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in