শেহতীয়া খবৰ
মঙলদৈত ৰক্তদান শিবিৰঃ ১২০ গৰাকীকৈ ৰক্তদাতাই কৰিলে ৰক্তদান... • এবছৰে পোৱা নাই দৰমহা, ডিমা হাচাওত ৫জুনৰ পৰা স্তদ্ধ হ'ব বিশুদ্ধ খোৱাপানীৰ যোগান... • কোকৰাঝাৰ আইন মহাবিদ্যালয়ৰ কোৱাৰেণ্টাইন চেণ্টাৰৰ পেলনীয়া সামগ্ৰীয়ে ভাবুকি কঢ়িয়াইছে জনজীৱনলৈ... • লামডিঙত চেলুন সন্থাৰ মৌন প্ৰতিবাদঃ চেলুন সমূহ খুলি দিয়াৰ দাবীৰে উপাযুক্তক স্মাৰক পত্ৰ প্ৰদান... • ধেমাজিত পুনৰ কোৰোনাত আক্ৰান্ত ২জন... • চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ শেষৰ দিনটোত পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিলে কোৰোনাই... • আজি দিনৰ ১১বজাত প্ৰধানমন্ত্ৰীৰ 'মন কী বাত' • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • শনিবাৰৰ দিনটোত দেশত কোৰোনাত আক্ৰান্ত হ'ল ৮হাজাৰো অধিক লোক... • এমাহ ধৰি সন্ধানহীন ভকচং হাতীগড়ৰ দুই সন্তানৰ পিতৃ...

দিহিং পাটকাই সুৰক্ষিত কৰাৰ দাবীত খেৰাজখাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ…

95

ডিজিটেল সংবাদ, বান্দৰদেৱাঃ দিহিং পাটকাইত অবৈধ কয়লা খননৰ বিৰোধিতাৰে লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ পথালি পাহাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত খেৰাজখাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ।

হাতে হাতে কয়লা খনন বিৰোধী প্লেকাৰ্ড লৈ ছাত্ৰ সংগঠনটোৰ এই প্ৰতিবাদ। দিহিং পাটকাইক যিকোনো কাৰনতেই ধ্বংসৰ গৰাহলৈ যাবলৈ দিয়া নহব বুলি ব্যক্ত কৰা সংগঠনটোৱে প্ৰয়োজনত অধিক জংগী আন্দোলনৰ হুংকাৰ দিয়ে।প্ৰচণ্ড বৰষুণক নেওচি সংগঠনটোৱে কৰা এই প্ৰতিবাদ যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি