দিহিং পাটকাই সুৰক্ষিত কৰাৰ দাবীত খেৰাজখাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ…

দিহিং পাটকাই সুৰক্ষিত কৰাৰ দাবীত খেৰাজখাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ, বান্দৰদেৱাঃ দিহিং পাটকাইত অবৈধ কয়লা খননৰ বিৰোধিতাৰে লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ পথালি পাহাৰত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত খেৰাজখাট সীমান্ত আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদ।

হাতে হাতে কয়লা খনন বিৰোধী প্লেকাৰ্ড লৈ ছাত্ৰ সংগঠনটোৰ এই প্ৰতিবাদ। দিহিং পাটকাইক যিকোনো কাৰনতেই ধ্বংসৰ গৰাহলৈ যাবলৈ দিয়া নহব বুলি ব্যক্ত কৰা সংগঠনটোৱে প্ৰয়োজনত অধিক জংগী আন্দোলনৰ হুংকাৰ দিয়ে।প্ৰচণ্ড বৰষুণক নেওচি সংগঠনটোৱে কৰা এই প্ৰতিবাদ যথেষ্ট গুৰুত্বপূৰ্ণ বিবেচিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in