খেল ইণ্ডিয়াত অসমলৈ পুনৰ সোণৰ পদক…

খেল ইণ্ডিয়াত অসমলৈ পুনৰ সোণৰ পদক…
  • খেল ইণ্ডিয়াত অসমলৈ পুনৰ সোণৰ পদক।
  • সোণৰ পদৰ আঁজুৰি আনিলে অংকুশিতা বড়োয়ে।
  • ৬৪ কেজি মহিলা বক্সিং শাখাত এই পদক অৰ্জন অংকুশিতাৰ।
  • হাৰিয়ানাৰ খেলুৱৈ মনিষাক পৰাভূত কৰিছে অংকুশিতাই।
  • উল্লেখ্য যে, খেল ইণ্ডিয়াত পদকৰ তালিকাত ষষ্ঠ স্থানত আছে অসম।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in