শেহতীয়া খবৰ
মহাৰাষ্ট্ৰত শিৱসেনাৰ মুখ্যমন্ত্ৰী!  •  আচৰিত পত্নী! স্বামীক হত্যা কৰি ঘৰৰ ভিতৰতে পুতি সেই স্থানত নিৰ্মাণ কৰিলে পাকঘৰ...  •  মণিপুৰত গ্ৰেণেড বিস্ফোৰণত আহত ২ চিআৰপিএফ জোৱান  •  দক্ষিণ শালমাৰাৰ ৭ গাওঁ পঞ্চায়তত বৰ লুইতৰ তাণ্ডৱ! জাহ গ’ল শ শ পৰিয়ালৰ ভেটি-মাটি...  •  হাটশিঙিমাৰীত পুনৰ গ্ৰেপ্তাৰ ৩ চোৰাং গৰু বেপাৰী...  •  লক্ষীপুৰত কৃষিজাত সামগ্ৰীৰ বিপণনৰ তিনিদিনীয়া কৰ্মশালা আৰম্ভ  •  ভয়ংকৰ বিস্ফোৰণৰ পৰা ৰক্ষা পৰিল অনন্তনাগ, ৰাজপথত পৰি থকা শক্তিশালী বিস্ফোৰক নিষ্ক্ৰিয়  •  'অসমীয়া প্ৰতিদিন'ৰ দেৱজিৎ বৰ্মনলৈ 'মিষ্টাৰ গুৱাহাটী' খিতাপ...  •  'অসমীয়া প্ৰতিদিন'ৰ দেৱজিৎ বৰ্মনলৈ 'মিষ্টাৰ গুৱাহাটী' খিতাপ...  •  'অসমীয়া প্ৰতিদিন'ৰ দেৱজিৎ বৰ্মনলৈ 'মিষ্টাৰ গুৱাহাটী' খিতাপ...

পুৱা ৯ বজাত খানাপাৰাত মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিব জাতীয় পতাকা…

84
  • কিছুসময়ৰ পাছতে খানাপাৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ্ সোণোৱালে উত্তোলন কৰিব জাতীয় পতাকা।
  • স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত ৰাজ্যৰ মুখ্য সচিব , আৰক্ষী সঞ্চালককে ধৰি ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষবিষয়াসকল, মুক্তি যুজাঁৰু আৰু বিশিষ্ট ব্যক্তিসকল থাকিব উপস্থিত।

  • পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ্ সোণোৱালে।
  • গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি