পুৱা ৯ বজাত খানাপাৰাত মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিব জাতীয় পতাকা…

পুৱা ৯ বজাত খানাপাৰাত  মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিব জাতীয় পতাকা…
  • কিছুসময়ৰ পাছতে খানাপাৰাত মুখ্যমন্ত্ৰী সৰ্বানন্দ্ সোণোৱালে উত্তোলন কৰিব জাতীয় পতাকা।
  • স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত ৰাজ্যৰ মুখ্য সচিব , আৰক্ষী সঞ্চালককে ধৰি ৰাজ্যৰ প্ৰশাসনৰ শীৰ্ষবিষয়াসকল, মুক্তি যুজাঁৰু আৰু বিশিষ্ট ব্যক্তিসকল থাকিব উপস্থিত।
  • পুৱা ৯ বজাত পতাকা উত্তোলন কৰিব মুখ্যমন্ত্ৰী সৰ্বানন্দ্ সোণোৱালে।
  • গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in