খানাপাৰাত দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত মৃত্যু পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰবক্তাৰ

খানাপাৰাত দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত মৃত্যু পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰবক্তাৰ
  • খানাপাৰাৰ ডাইৰী গেটৰ সন্মুখত পথ দুৰ্ঘটনা।
  • ৬ মাইলৰ পৰা খানাপাৰা দিশে গৈ থকা এখন ট্ৰাকৰ খুন্দাত মৃত্যু এগৰাকী মহিলাৰ।
  • দ্ৰুত বেগত গৈ আছিল ট্ৰাকখন।
  • পথ পাৰ হ'বলৈ লওঁতেই মহিলাগৰাকীক খুন্দা মাৰে ট্ৰাকখনে।
  • ট্ৰাকৰ খুন্দাত মৃত্যু হোৱা মহিলাগৰাকীৰ নাম ডঃ ৰুণজুন দুৱৰা।
  • খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰবক্তা আছিল দুৱৰা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in