শেহতীয়া খবৰ
ধুবুৰীৰ কোৰোনাত আক্ৰান্ত লোকজনৰ পৰিচয়, কৰ পৰা কেতিয়া ক'লৈ গৈছিল...  •  দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত বক্সাৰ লাভলিনা বৰগোঁহাইৰ...  •  পুৰণিগুদামত দৰিদ্ৰজনৰ কাষত আৰক্ষী বিষয়া,সামাজিক সংগঠন...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...

খানাপাৰাত দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত মৃত্যু পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰবক্তাৰ

4,958
  • খানাপাৰাৰ ডাইৰী গেটৰ সন্মুখত পথ দুৰ্ঘটনা।
  • ৬ মাইলৰ পৰা খানাপাৰা দিশে গৈ থকা এখন ট্ৰাকৰ খুন্দাত মৃত্যু এগৰাকী মহিলাৰ।
  • দ্ৰুত বেগত গৈ আছিল ট্ৰাকখন।
  • পথ পাৰ হ’বলৈ লওঁতেই মহিলাগৰাকীক খুন্দা মাৰে ট্ৰাকখনে।
  • ট্ৰাকৰ খুন্দাত মৃত্যু হোৱা মহিলাগৰাকীৰ নাম ডঃ ৰুণজুন দুৱৰা।
  • খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ প্ৰবক্তা আছিল দুৱৰা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি