পঞ্চায়ত নিৰ্বাচনত বিজেপিৰে মিত্ৰতা নকৰে অগপই

  • আগন্তুক পঞ্চায়ত নিৰ্বাচনত অকলেই অৱতীৰ্ণ হ'ব অসম গণ পৰিষদ।
  • দেওবাৰৰ অগপৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ প্ৰাকমুহূৰ্তত দলৰ স্থিতি পুনৰ দোহাৰিলে আঞ্চলিক দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই।
  • নাগৰিকত্বৰ সংশোধনী বিধেয়ক, ২০১৬ৰ পুনৰ বিৰোধিতা কৰিলে অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in