নতুন বছৰত বেয়া খবৰ, জনপ্ৰিয় অভিনেতা কাদেৰ খানৰ বিয়োগ

ফাইল ফটো
ফাইল ফটো
  • জনপ্ৰিয় অভিনেতা কাদেৰ খানৰ বিয়োগ।
  • ৮১ বছৰ বয়সত মঙলবাৰে শেষ নিশ্বাস ত্যাগ কৰে তেওঁ।
  • কানাডাৰ টৰণ্টোত দেহাৱসান অভিনেতাজনৰ।
  • দীৰ্ঘদিনৰ পৰা অসুস্থ হৈ আছিল অভিনেতাজন।
  • তেওঁৰ মৃত্যৰ পাছতে চলচ্ছিত্ৰপ্ৰেমীৰ মাজত শোকৰ ছা।
  • কানাডাৰ টৰণ্টোত পুত্ৰ বোৱাৰীৰ সৈতে কিছুদিনৰ পৰা বাস কৰি আছিল তেওঁ।
  • শেহতীয়াভাৱে তেওঁ উশাহ লোৱাত অসুবিধাকে ধৰি বহুকেইটা ৰোগত আক্ৰান্ত হৈছিল।
  • কথা পাতিব নোৱৰা হোৱাৰ লগতে নিমনীয়াও হৈছিল তেওঁৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in