কোভিড পজিটিভ কেটৰীণা…

কোভিড পজিটিভ কেটৰীণা…
  • দেশত বৃদ্ধি হৈছে কোভিডত আক্ৰান্তৰ সংখ্যা ।
  • বলিউদৰ অভিনেত্ৰী কেটৰীণা কাঈফ কোৰোনাত আক্ৰান্ত ।
  • মঙলবাৰে কোভিডত আক্ৰান্ত হয় অভিনেত্ৰী গৰাকী ।
  • বৰ্তমান অভিনেত্ৰী গৰাকী হোম কোৱাৰেন্টাইনত আছে বুলি জানিব দিয়ে ।
  • ইফালে বলিউদ জগতত ইজনৰ পিছত সিজন অভিনেতা- অভিনেত্ৰী আক্ৰান্ত হৈছে কোৰোনাত ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in