কোভিড পজিটিভ কেটৰীণা…

407
  • দেশত বৃদ্ধি হৈছে কোভিডত আক্ৰান্তৰ সংখ্যা ।
  • বলিউদৰ অভিনেত্ৰী কেটৰীণা কাঈফ কোৰোনাত আক্ৰান্ত ।
  • মঙলবাৰে কোভিডত আক্ৰান্ত হয় অভিনেত্ৰী গৰাকী ।
  • বৰ্তমান অভিনেত্ৰী গৰাকী হোম কোৱাৰেন্টাইনত আছে বুলি জানিব দিয়ে ।
  • ইফালে বলিউদ জগতত ইজনৰ পিছত সিজন অভিনেতা- অভিনেত্ৰী আক্ৰান্ত হৈছে কোৰোনাত ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি