কাশ্মীৰৰ মৃদুলা ত্ৰালত নিৰাপত্তাৰক্ষীৰে সন্ত্ৰাসবাদীৰ তুমুল সংঘৰ্ষ…

কাশ্মীৰৰ মৃদুলা ত্ৰালত নিৰাপত্তাৰক্ষীৰে সন্ত্ৰাসবাদীৰ তুমুল সংঘৰ্ষ…
  • অশান্তিজৰ্জৰ কাশ্মীৰত পুনৰ সংঘৰ্ষ।
  • দক্ষিণ কাশ্মীৰৰ মৃদুলা ত্ৰালত নিৰাপত্তাৰক্ষীৰে সন্ত্ৰাসবাদীৰ তুমুল সংঘৰ্ষ।
  • অঞ্চলটোত ৩টা সন্ত্ৰাসবাদী আত্মগোপনৰ সন্দেহ।
  • অঞ্চলটোত সেনা-আৰক্ষীৰ অব্যাহত অভিযান।
  • বৰ্তমানৰ লৈকে কোনো হতাহতিৰ খবৰ পোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in