কৰ্ণাটকত ৪-১ত পৰাস্ত বিজেপি!

কৰ্ণাটকত ৪-১ত পৰাস্ত বিজেপি!
  • কৰ্ণাটকত মুখ থেকেচা খালে বিজেপিয়ে।
  • বিজেপিৰ বিৰুদ্ধে দিলে ৰাইজে ৰায়।
  • নিৰ্বাচন অনুষ্ঠিত হোৱা লোকসভাৰ ৩ সমষ্টিৰ ২টাতে কংগ্ৰেছ-জেডি(এছ)ৰ প্ৰাৰ্থীৰ জয়।
  • বিধানসভা সমষ্টিৰ ২টাতেই কংগ্ৰেছ-জেডি(এছ)ৰ মিত্ৰদলৰ প্ৰাৰ্থীৰ জয়লাভ।
  • নিৰ্বাচন অনুষ্ঠিত হোৱা ২টা বিধানসভা আৰু ৩টা লোকসভা সমষ্টিৰ ভিতৰত এটাতহে বিজেপিৰ জয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in