কৰ্ণাটকত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩

কৰ্ণাটকত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩
  • কৰ্ণাটকত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • ৰাজ্যখনৰ অৰ্ছিকেৰে তালুকত নিশা সংঘটিত হয় এই পথ দুৰ্ঘটনা।
  • এখন চাৰিচকীয়া বাহন আৰু বাছৰ মাজত সংঘৰ্ষ।
  • দুৰ্ঘটনাত থিতাতে নিহত ৩জনকৈ লোক।
  • ইফালে, সংকটজনক অৱস্থাত ৪জনক হাস্পতাললৈ প্ৰেৰণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in