পুনিথ ৰাজকুমাৰে ল’লে পুনৰ জনম…

পুনিথ ৰাজকুমাৰে ল’লে পুনৰ জনম…

ডিজিটেল ডেস্কঃ কিছুদিনৰ পূৰ্বে মৃত্যু হোৱা জনপ্ৰিয় অভিনেতা পুনিথ ৰাজকুমাৰৰ পুনৰ জন্ম হৈছে। আচৰিত যেন লাগিলেও এয়াই সচাঁ। কৰ্ণাটকৰ চেকবেৰুলু এলিফেন্ট কেম্পত নতুনকৈ জন্ম হোৱা এটা হাতীৰ নাম ৰখা হৈছে পুনিথ ৰাজকুমাৰ। এই কথা শেহতীয়াকৈ সদৰি কৰিছে কেম্পটোৰ কৰ্তৃপক্ষই।

কৰ্তৃপক্ষই সদৰি কৰা মতে, মৃত্যুৰ কিছুদিনৰ পূৰ্বে পুনিথ ৰাজকুমাৰ আমাৰ কেম্পলৈ আহিছিল আৰু হাতী বোৰৰ সৈতে কিছুসময়ত অতিবাহিত কৰিছিল। তেতিয়াই তেওঁ এই হাতীবোৰৰ লালন-পালনৰ কথাও কৈছিল। তেওঁলৈ শ্ৰদ্ধাঞ্জলি হিচাপেই আমি এই হাতী পোৱালীটোৰ নাম ৰাখিছো পুনিথ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in