নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা বাহনৰ, নিহত ২ যুৱক

নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা বাহনৰ, নিহত ২ যুৱক
  • কৰিমগঞ্জত ভয়াৱহ পথ দুৰ্ঘটনা।
  • AS 01 BM 3439 নম্বৰৰ চাৰিচকীয়া বাহন দুৰ্ঘটনাগ্রস্থ।
  • নিয়ন্ত্রণ হেৰুৱাই গছত খুন্দা বাহনখনৰ।
  • দুৰ্ঘটনাত নিহত জাকিৰ হুছেইন, আলী হুছেইন নামৰ দুই যুৱক।
  • গুৰুতৰভাৱে আহত মাহিন উদ্দিন নামৰ যুৱকজনক হাস্পতাললৈ প্রেৰণ।
  • কায়স্থগ্রাম অসম-ত্রিপুৰা সংযোগী ৮নং ৰাষ্ট্রীয় ঘাইপথত এই দুৰ্ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in