কৰিমগঞ্জত ৩৫ লাখ টকাৰ ড্ৰাগছসহ এজনক আটক

কৰিমগঞ্জত ৩৫ লাখ টকাৰ ড্ৰাগছসহ এজনক আটক
  • কৰিমগঞ্জত অসম ৰাইফলছ আৰু আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান।
  • অভিযানত উদ্ধাৰ বৃহৎ পৰিমাণৰ ড্ৰাগছ।
  • ৰাতাবাৰীত চলাইছিল এই অভিযান।
  • ৩৫ লাখ টকাৰ ড্ৰাগছসহ এজনক আটক কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলটোৱে।
  • আটক কৰিবলৈ সক্ষম হোৱা লোকজনৰ নাম সুদৰ্শন গোৱালা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in