শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

কাৰ্বি সাহিত্য সভাৰ সভাপতি সিদ্ধিনাথ ৰংপিৰ বিয়োগ…

  • শাৰদীয় দুৰ্গোৎসৱৰ মাজতে আহিছে এক বেয়া খবৰ।
  • কাৰ্বি সাহিত্য সভাৰ সভাপতি সিদ্ধিনাত ৰংপিৰ বিয়োগ।
  • কাৰ্বি সাহিত্য সভা (কাৰ্বি লামেত আমেই)ৰ সভাপতি সিদ্ধিনাথ ৰংপিৰ মহানগৰৰ জি এন আৰ চি হাস্পাতালত বুধবাৰে মৃত্যু হয়।
  • অসমৰ এক অন্যতম জাতীয় অনুষ্ঠানৰ কাণ্ডাৰী গৰাকীৰ বিয়োগে কাৰ্বি সমাজৰ লগতে অসমৰ জাতীয় জীৱনলৈ শোকৰ বাৰ্তা কঢ়িয়াই আনিছে।
  • ৰংপিৰ বিয়োগত বিভিন্নজনে শোক প্ৰকাশ কৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি