কাৰ্বি সাহিত্য সভাৰ সভাপতি সিদ্ধিনাথ ৰংপিৰ বিয়োগ…

কাৰ্বি সাহিত্য সভাৰ সভাপতি সিদ্ধিনাথ ৰংপিৰ বিয়োগ…
  • শাৰদীয় দুৰ্গোৎসৱৰ মাজতে আহিছে এক বেয়া খবৰ।
  • কাৰ্বি সাহিত্য সভাৰ সভাপতি সিদ্ধিনাত ৰংপিৰ বিয়োগ।
  • কাৰ্বি সাহিত্য সভা (কাৰ্বি লামেত আমেই)ৰ সভাপতি সিদ্ধিনাথ ৰংপিৰ মহানগৰৰ জি এন আৰ চি হাস্পাতালত বুধবাৰে মৃত্যু হয়।
  • অসমৰ এক অন্যতম জাতীয় অনুষ্ঠানৰ কাণ্ডাৰী গৰাকীৰ বিয়োগে কাৰ্বি সমাজৰ লগতে অসমৰ জাতীয় জীৱনলৈ শোকৰ বাৰ্তা কঢ়িয়াই আনিছে।
  • ৰংপিৰ বিয়োগত বিভিন্নজনে শোক প্ৰকাশ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in