‘জনতাই কংগ্ৰেছক বিশ্বাসত লৈছে, সেই বিশ্বাস ৰাখিব লাগিব’

‘জনতাই কংগ্ৰেছক বিশ্বাসত লৈছে, সেই বিশ্বাস ৰাখিব লাগিব’
  • 'দেশত পুনৰ উত্থান ঘটিছে কংগ্ৰেছৰ।'
  • 'মঙলবাৰে ঘোষণা হোৱা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনে তাকেই প্ৰমাণ কৰিছে।'
  • 'এয়া ৰাহুল গান্ধী নেতৃত্বাধীন কংগ্ৰেছৰ বাবে বৃহৎ সফলতা।'
  • 'এতিয়া সমাজৰ হকে কাম কৰিব লাগিব কংগ্ৰেছে।'
  • 'বিজেপিৰ পৰা মোহমুক্ত জনতাই কংগ্ৰেছক বিশ্বাসত লৈছে।'
  • "দুৰ্নীতি প্ৰতিৰোধৰ বাবে কংগ্ৰেছে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।'
  • এই মন্তব্য কংগ্ৰেছ নেতা কপিল শিবালৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in