কানপুৰত যাত্ৰীবাহী ৰে’লৰ শৌচালয়ত ভয়ংকৰ বিস্ফোৰণ, চাওঁক VIDEO

কানপুৰত যাত্ৰীবাহী ৰে’লৰ শৌচালয়ত ভয়ংকৰ বিস্ফোৰণ, চাওঁক VIDEO
  • বুধবাৰে কানপুৰ-ভিৱানী কালিন্দী এক্সপ্ৰেছত সংঘটিত হয় ভয়ংকৰ বিস্ফোৰণ।
  • ৰে'লখনৰ জেনেৰেল কোচ্চৰ (দবা) শৌচালয়ত সংঘটিত হয় বিস্ফোৰণ।
  • নিশা প্ৰায় ৭.১০ বজাত বিস্ফোৰণ হয় ৰে'লখনত।
  • সৌভাগ্যক্ৰমে যাত্ৰীবাহী ৰে'লখনত সংঘটিত এই বিস্ফোৰণত কোনো লোক হতাহত নহয়।
  • কিন্তু বিস্ফোৰণ কোনো সংঘটিত কৰিলে সেই সন্দৰ্ভত বৰ্তমানেও জানিব পৰা হোৱা নাই।
  • বিস্ফোৰণৰ পিছতেই ৰে'লখনৰ যাত্ৰীসকল শংকিত হৈ পৰে।

চাওঁক বিস্ফোৰণৰ পাছৰ দৃশ্য-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in