দক্ষিণ কামৰূপৰ মিৰ্জাত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ বাইক চোৰ…

দক্ষিণ কামৰূপৰ মিৰ্জাত গ্ৰেপ্তাৰ দুৰ্ধৰ্ষ বাইক চোৰ…
  • দক্ষিণ কামৰূপৰ মিৰ্জাত বিকাশ বৰ্মন নামৰ এটা দুৰ্ধৰ্ষ বাইক চোৰ গ্ৰেপ্তাৰ।
  • দিন দুপৰতে বাইক চুৰিৰ চেষ্টা চলাইছিল চোৰটোৱে।
  • পলাশবাৰী আৰক্ষীয়ে পিষ্টলসহ গ্ৰেপ্তাৰ কৰে বৰ্মনক।
  • ৰাইজে কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই চোৰটোক গতালে আৰক্ষীক।
  • ঘটনাস্থলীৰ পৰা পলায়ন আন এটা চোৰৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in