শেহতীয়া খবৰ
ৰঞ্জন দৈমাৰীৰ জামিন আবেদন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  ২৩ মাৰ্চলৈ পিছুওৱা হৈছে দিল্লীৰ শ্বাহীন বাগৰ পৰা প্ৰতিবাদকাৰীক আতৰোৱাৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ৰ শুনানিৰ দিন  •  পথৰ পৰা যাত্ৰীসহ নদীত পৰিলগৈ বাছ, বৰ্তমানেও পানীত আবদ্ধ বাছখনৰ কেবাজনো লোকৰ মৃত্যুৰ আশংকা...  •  দিল্লীত 'কা' বিৰোধী প্ৰতিবাদৰ নামত হিংসাত্মক ঘটনা, নিহতৰ সংখ্যা ২০লৈ বৃদ্ধি...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  পিতৃ ৰাহুল দ্ৰাবিড়ৰ দৰেই খেলপথাৰত উজ্বলিছে সুমিত, ১৪৪ বলত দ্বি শতক অৰ্জন...  •  ওড়িশ্যাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কক ৮ম বাৰৰ বাবে বিজু জনতা দলৰ সভাপতি নিৰ্বাচিত  •  দিল্লীত প্ৰতিবাদকাৰীক বাধা দিবলৈ গৈ প্ৰাণ হেৰুওৱা হেড কনিষ্টবল ৰতন লালক শ্বহীদ ঘোষণাৰ দাবীত প্ৰতিবাদ...  •  দিল্লীৰ হিংসাত্মক ঘটনা নিয়ন্ত্ৰণলৈ অনাৰ দায়িত্ব প্ৰদান অজিত ডোভালক...  •  দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক...

৭৩ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ আমিনগাঁৱত প্ৰীতি ফুটবল খেল

64
  • স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলা আমিনগাঁৱত কামৰূপ জিলা প্ৰশাসন একাদশ আৰু কামৰূপ জিলা সাংবাদিক একাদশৰ মাজত প্ৰীতি ফুটবল খেল।
  • প্ৰীতি ফুটবল খেলত কামৰূপ জিলা প্ৰশাসন একাদশৰ ৩-২ গলত জয় লাভ।
  • প্ৰীতি ফুটবলৰ খেলৰ উদ্বোধনী কৰে জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই।
  • খেল খনিৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে জিলা প্ৰশাসনৰ লুতুৰাজ বসুমতাৰীয়ে।
  • বিজয়ী দলৰ হৈ বঁটা গ্ৰহণ কৰে জিলা প্ৰশাসন একাদশৰ অধিনায়ক তথা জিলা অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে।
  • জিলা প্ৰশাসনৰ হৈ লুতুৰাজ বসুমতাৰীয়ে ২ টা, মুমিন মাৰাকে ১টা আৰু ‍সাংবাদিক একাদশৰ হৈ অধিনায়ক কৌশিক দাসে ১ টা, মুনীন্দ্ৰ কলিতাই ১ টা গ’ল দিয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি