৭৩ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ আমিনগাঁৱত প্ৰীতি ফুটবল খেল

৭৩ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলাৰ আমিনগাঁৱত প্ৰীতি ফুটবল খেল
  • স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি কামৰূপ জিলা আমিনগাঁৱত কামৰূপ জিলা প্ৰশাসন একাদশ আৰু কামৰূপ জিলা সাংবাদিক একাদশৰ মাজত প্ৰীতি ফুটবল খেল।
  • প্ৰীতি ফুটবল খেলত কামৰূপ জিলা প্ৰশাসন একাদশৰ ৩-২ গলত জয় লাভ।
  • প্ৰীতি ফুটবলৰ খেলৰ উদ্বোধনী কৰে জিলা উপায়ুক্ত কমল কুমাৰ বৈশ্যই।
  • খেল খনিৰ শ্ৰেষ্ঠ খেলুৱৈৰ খিতাপ অৰ্জন কৰে জিলা প্ৰশাসনৰ লুতুৰাজ বসুমতাৰীয়ে।
  • বিজয়ী দলৰ হৈ বঁটা গ্ৰহণ কৰে জিলা প্ৰশাসন একাদশৰ অধিনায়ক তথা জিলা অতিৰিক্ত উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে।
  • জিলা প্ৰশাসনৰ হৈ লুতুৰাজ বসুমতাৰীয়ে ২ টা, মুমিন মাৰাকে ১টা আৰু ‍সাংবাদিক একাদশৰ হৈ অধিনায়ক কৌশিক দাসে ১ টা, মুনীন্দ্ৰ কলিতাই ১ টা গ'ল দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in