কামৰূপৰ বামুন্দীৰ ধাৰেশ্বৰ দেৱালয়ত নিশাৰ ভিতৰতে মৃত্যু কেবাটাও কাছৰ

কামৰূপৰ বামুন্দীৰ ধাৰেশ্বৰ দেৱালয়ত নিশাৰ ভিতৰতে মৃত্যু কেবাটাও কাছৰ

ডিজিটেল সংবাদ, কমলপুৰঃ কামৰূপৰ বামুন্দীৰ ধাৰেশ্বৰ দেৱালয়ত অঘটন। দেৱালয় চৌহদত থকা ঐতিহাসিক পুখুৰীত নিশাৰ ভিতৰত ওপঙি আছে কেইবাতাও বৃহৎ বৃহৎ আকাৰৰ কাছ। স্থানীয় লোকৰ সন্দেহ পানীত বিষক্ৰিয়াৰ বাবে দেৱালয়খনৰ পুখুৰীত দুৰ্ভাগ্যজনক ভাবে মৃত্যু হল কেইবাটাও দুষ্পাপ্য কাছৰ।

পিছে এয়া স্বাভাৱিক বিষক্ৰিয়াৰ ঘটনা নে পুখুৰীৰ পানীত কোনোবাই বিষ মিহলাই দিলে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in