ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতাৰে কামপুৰত তীব্ৰ প্ৰতিবাদ, VIDEO

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতাৰে কামপুৰত তীব্ৰ প্ৰতিবাদ, VIDEO
  • কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ষড়যন্ত্ৰমূলকভাৱে ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতা।
  • জনজাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ আহ্বানত কামপুৰ কঠিয়াতলীত বৃহৎ জোঁৰ সমদল।
  • প্ৰতিবাদকাৰী সকলে ৰাজ্য চৰকাৰ মূৰ্দাবাদ ধ্বনি দিয়ে।
  • ছয় জনগোষ্ঠী জনজাতিকৰণ বাতিল কৰক ধ্বনিৰে উত্তাল প্ৰতিবাদ।
  • জনজাতিকৰণৰ বিল জ্বলাই দিয়ে প্ৰতিবাদকাৰীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in