নগাঁও জিলাৰ কামপুৰৰ হাৰিয়া নদীত গা ধুবলৈ গৈ বাঢ়নী পানীত উটি গ’ল এজন যুৱক…

নগাঁও জিলাৰ কামপুৰৰ হাৰিয়া নদীত গা ধুবলৈ গৈ বাঢ়নী পানীত উটি গ’ল এজন যুৱক…
  • নগাঁও জিলাৰ কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰকলা হাৰিয়া দলঙৰ সমীপত অঘটন।
  • হাৰিয়া নদীত গা ধুবলৈ গৈ বাঢ়নী পানীত উটি গ'ল এজন যুৱক।
  • উল্লেখযোগ্য যে, শ্মশানত এজন মৃতকক সৎকাৰ কৰি যুৱকজন গা ধুবলৈ নামিছিল হাৰিয়া নদীত।
  • যুৱকজনৰ নাম চিংকু বৰদলৈ।
  • স্থানীয় ৰাইজ আৰু এছ ডি আৰ এফে যুৱক জনৰ সন্ধানত অভিযান চলাইছে যদিও কোনো সন্ধান পোৱা নাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in