শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

কামপুৰত ভয়াবহ ৰূপ লৈছে বান পৰিস্থিতিয়ে, VIDEO

161
  • কামপুৰত ভয়াবহ ৰূপ লৈছে বান পৰিস্থিতিয়ে।
  • কামপুৰত বিপদ সীমাৰ ওপৰৰে বৈ আছে কপিলী নদী, বৰপানী লুটুমাৰী নৈ।
  • কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে, পুৱা সাত বজালৈ কামপুৰত কপিলী নৈ বিপদসীমাৰ ২২ ছেঃমিটাৰ ওপৰেৰে বৈ আছে।

  • নৈ পৰীয়া লোকক সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ।
  • কচুৱাৰ মেনগাঁৱত লুটুমাৰী নৈয়ে উটুৱাই নিয়ে এজন লোকক।

  • লোকজনৰ নাম আমিৰ উদ্দিন।
  • স্থানীয় লোকে অভিযান চলাই মৃতদেহ উদ্ধাৰ কৰে লোকজনৰ।

  • কেইবাটাও গড়কাপ্তানী পথ পানীৰ তলত।
  • ক্ষতিগ্ৰস্ত হৈছে বহু বিঘা কৃষি ভূমি।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি