কামপুৰত ভয়াবহ ৰূপ লৈছে বান পৰিস্থিতিয়ে, VIDEO

কামপুৰত ভয়াবহ ৰূপ লৈছে বান পৰিস্থিতিয়ে, VIDEO
  • কামপুৰত ভয়াবহ ৰূপ লৈছে বান পৰিস্থিতিয়ে।
  • কামপুৰত বিপদ সীমাৰ ওপৰৰে বৈ আছে কপিলী নদী, বৰপানী লুটুমাৰী নৈ।
  • কেন্দ্ৰীয় জল আয়োগৰ তথ্য মতে, পুৱা সাত বজালৈ কামপুৰত কপিলী নৈ বিপদসীমাৰ ২২ ছেঃমিটাৰ ওপৰেৰে বৈ আছে।
  • নৈ পৰীয়া লোকক সতৰ্ক হৈ থাকিবলৈ আহ্বান প্ৰশাসনৰ।
  • কচুৱাৰ মেনগাঁৱত লুটুমাৰী নৈয়ে উটুৱাই নিয়ে এজন লোকক।
  • লোকজনৰ নাম আমিৰ উদ্দিন।
  • স্থানীয় লোকে অভিযান চলাই মৃতদেহ উদ্ধাৰ কৰে লোকজনৰ।
  • কেইবাটাও গড়কাপ্তানী পথ পানীৰ তলত।
  • ক্ষতিগ্ৰস্ত হৈছে বহু বিঘা কৃষি ভূমি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in