ৰাজ্যত পুনৰ বাল্য বিবাহৰ ঘটনা… VIDEO

ৰাজ্যত পুনৰ বাল্য বিবাহৰ ঘটনা… VIDEO
  • কামপুৰত পুনৰ বাল্য বিবাহৰ ঘটনা।
  • চাইল্ড লাইন কৰ্তৃপক্ষৰ তত্পৰতাত উদ্ধাৰ এগৰাকী কিশোৰী ।
  • কামপুৰ তেতেলিসৰা কলাইখোৱায ১৭ বছৰীয়া কাকলি দাসক কৌশলেৰে বিয়াৰ ব্যৱস্থা কৰিছিল শুকুৰবাৰে।
  • কিছুদিন পূৰ্বে একেখন গাৱতে চাইল্ড লাইনে বন্ধ কৰিছিল এখন বাল্য বিবাহ।
  • হোজাই জিলাৰ ২নং কাকীৰ বিজিত বনীয়াৰ লগত বিয়াৰ আয়োজন কৰিছিল পৰিকল্পিতভাবে।
  • পলোৱাই আনি সংগোপনে দৰাৰ দৰাৰ ঘৰতেই পাতি আছিল বিয়া ।
  • বিয়া ৰভাৰ পৰাই উদ্ধাৰ কৰে কাকলী দাসক ।
  • বৰ্তমান কাকলী দাসক চাইল্ড লাইন কৰ্তৃপক্ষই হোজাই শিশু কল্যাণ সমিতিলৈ প্ৰেৰণ কৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in