কামপুৰত পথ দুৰ্ঘটনা, ট্ৰাকৰ তলত সোমাই মৃত্যু কলেজীয়া ছাত্ৰৰ

কামপুৰত পথ দুৰ্ঘটনা, ট্ৰাকৰ তলত সোমাই মৃত্যু কলেজীয়া ছাত্ৰৰ
  • কামপুৰৰ শংকৰ নগৰত ভয়াবহ পথ দুৰ্ঘটনা।
  • এন এফ ৰেলৱে কামত নিয়োজিত ট্ৰাকৰ তলত সোমাই কৰুণ মৃত্যু কলেজীয়া ছাত্ৰৰ।
  • সংকটজনক অৱস্থাত ছাত্ৰজনক নগাঁৱৰ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও পথতে মৃত্যু হয় ছাত্ৰজনৰ।
  • দুৰ্ঘটনাত নিহত ছাত্ৰজনৰ নাম ৰক্তিম শইকীয়া বুলি জানিব পৰা গৈছে৷
  • কামপুৰ মহাবিদ্যালয়লৈ আহি থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা।
  • দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ এনএল০৮-ডি-৫৩১১।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in